LawRato

Wife Come Back Legal Notice মোৰ মিছেজ জনিক ঘৰত আনিবৰ কাৰনে


01-Nov-2023 (In Divorce Law)
ময় যোৱা 17-12-2021 তাৰিখে বিয়া পাতিছিলো বিয়াৰ 6 মাহ মান6 পিছত মোৰ শাহুমা তছলিমা বেগমে ফোন কৰি মোৰ মিছেজ জনিক গালি গালাজ পাৰে লগতে মোৰ মাকৰ লগত গালি গালাজ পাৰে এই কথাখিনি আমি মোৰ শাহুমা তছলিমা বেগমৰ সৰু ভাইটিক তছলিমা বেগমৰ মাকক অৱগত কৰিছিলো আৰু তেওঁলোকে আমাক আশ্বাস দিয়ে যে তেওঁলোক আমাৰ ঘৰত আহি উপস্থিত হৈ ঘটনাটো বিস্তাৰে চাই দিম ভবিষ্যতে যাতে এনেকুৱা বেবহাৰ নকৰে বুলি বিশ্বাস দিয়ে আমি কৈছিলো মোৰ শাহুমা তছলিমা বেগম লগত লৈ আহিবৰ কাৰণে বাৰে বাৰে কোৱাৰ পিছত লৈ অহা নাছিল আৰু কেইদিনমান পিছত 09-07-2022 তাৰিখে আমাৰ ঘৰত আহি উপস্থিত হৈছিল যদিও আমি আশা কৰাৰ দৰেই সিদ্ধান্ত নহল তাৰ পিছত ময় যোৱা 23-07-2022 তাৰিখে বাহিৰত আহো কাম কৰিবলৈ আৰম্ভ কৰো ।যোৱা 05-08-2022 তাৰিখে মোৰ শহুৰকে আমাক ঘৰত অৱগত নকৰাকৈ উপস্থিতিত হৈছিল মোৰ মিছেজ জনিক নিবৰ কাৰনে ফুৰিবলৈ এ সপ্তাহ পিছত তেওঁ নিজে আনি দি যাব বুলি বিশ্বাস দিয়ে আৰু লৈ যায় যোৱাৰ পিছত ময় ফোন কৰো যদিও নম্বৰ ব্লক কৰিথৈছে ময় মেছেজ দিছিলো যদি নম্বৰ ব্লক কৰি থৈছ তেনেহলে ফোন নকৰু বুলি । মেছেজ চাই ফোন কৰে তেওঁলোকৰ ঘৰত ৰাতি ময় Last মিছেজ জনিক মাত লগাও
Answers (2)

Answer #1
581 votes
আপুনি লিগ্যাল নোটিশ দিব পাড়িব। তাৰ পিছত আপুনি দাম্পত্য অধিকার কেছ দিব পাৰিব৷ আপুনি আগতে legal Notice khon দি চাওক। যুদি ঘূৰি নাহে তেন্তে আপুনি কেছ তো দিওক। নহলে তেওঁলোকে maintenance কেছ আৰু ঘৰুৱা হিংসা কেছ দিব আপোনাৰ উপৰত।
Helpful? LawRato LawRato
Answer #2
885 votes
your father in law has unlawfully detained your wife . Take the help of police to bring back to your wife . You may be required to Lodge a FIR in the the nearest police station .Be sure that your wife is willing to live with you or else even police can not help you .
Helpful? LawRato LawRato

Disclaimer: The above query and its response is NOT a legal opinion in any way whatsoever as this is based on the information shared by the person posting the query at lawrato.com and has been responded by one of the Divorce Lawyers at lawrato.com to address the specific facts and details.

Report abuse?

Comments by Users

No Comments! Be the first one to comment.

"lawrato.com has handpicked some of the best Legal Experts in the country to help you get practical Legal Advice & help."